Wednesday 3 October 2018

JIBAKUL Celebrating World Nature 3 October at Manas National Park Assam














আজি আমি জীৱকুলৰ সদস্যসকলে মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব প্ৰকৃতি দিৱস উদযাপন কৰো । আমাৰ কাৰ্যসূচী হিচাপে হিচাপে আমি বন কৰ্তৃপক্ষ আৰু স্মাইলিং তাস্কাৰ এলিফেণ্ট কেম্পৰ সহায়ত বৃক্ষৰোপনৰ কৰাৰ লগতে প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ কাম কৰোঁ । এই কামত জীৱকুলৰ সদস্যসকল , মোৰ বন্ধু বিকাশ, অদীপ, অনুপ, নয়ন আৰু মোৰ দাদা কিশোৰ দাসক ধন্যবাদ জনালো । ইয়াৰ লগতে আমাৰ লগত গোটেই দিনটো থাকি সহায় কৰাৰ বাবে বিজু দা,সুনিল দা, জ্যেষ্ঠ বনকর্মী জিতৰাম খুৰাক অশেষ ধন্যবাদ জনালো ।

JIBAKUL , A NGO in Northeast India Celebrates World Nature Day on 3rd October at Manas National Park with the help of Bibhuti Saud of Smiling Tusker Elephant Camp and Senior Forester Jitram Baishya of Manas National Park In this program different species of trees
such as Terminalia arjuna, Mimusops elengi , Azadiracta indica were planted along with raising awareness towards environmental protection.

No comments:

Post a Comment