Wednesday 25 September 2019

Pathsala Town , Assam Cleanliness Drive and Plastic pollution Awareness








 #plasticpollution #pathsalatown #jibakulngo

জীৱকুলৰ সভাপতি জিতু দাস আৰু
সদস্যসকলে প্ৰতিজন বজালীবাসী ৰাইজলৈ  নগৰখন চাফ চিকুনকৈ ৰখাত সকলোৱে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায় । সকলোৱে জাৱৰ যোথৰবোৰ অ'ত ত'ত দলিয়াই নেপেলাই যাতে এটা নিৰ্দিষ্ট ঠাইত জমা কৰি ৰাখক যাতে নগৰ সমিতিয়ে সেইবোৰ সংগ্ৰহ কৰি নিয়াত সুবিধা হয়। আৰু নগৰ খন চাফ - চিকুণ কৰি ৰখাত সকলো নগৰবাসিৰে দায়িত্ব । জীৱকুলৰ সদস্য সকলে আৰু কয় যে, 
নিজৰ ঠাইখন চাফ কৰাত কোনোৱে যাতে লজ্জা অনুভৱ নকৰে। নিজৰ ঘৰখন যেনেকৈ চাফ কৰাত আমি স্ংকা নকৰো ঠিক তেনেকৈ নিজৰ নগৰখন চাফ কৰি ৰখাত কোনো সংকা কৰা উচিত নহয়।


The education hub of Assam,  Pathsala has garbage all over the road sides and it's destroying the environment , air, soil and po Plastic pollution has created a problem in Pathsala.  Lack of proper planning and system of waste management has created a haphazard system of garbage disposal. 

Jibakul , An NGO from Pathsala, started a cleanliness drive in Pathsala along awareness of Plastic Pollution and importance of separated garbage disposal system.

In the cleanliness drive ,Jibakul President Jitu Das , along with diligent members cleaned a part of Pathsala town and  the Jibakul asks everyone to start cleaning their own town Pathsala and join in the next cleanliness drive in Pathsala by Jibakul for a better and clean Pathsala.

No comments:

Post a Comment